উৰুঙা


"তেওঁৰ উৰুখা পজাৰ ৰিক্ততাত 
এবাৰ উশাহ ল'বলৈ মন যায়।
তিতিবলৈ মন যায় 
অত্ৰিজৰ ভৰুণ বেলাত।

তাত ভঙা চালেদি
দুভাগ ৰাতি জোনাক সৰে,
আৰু মোৰ বুকুৰ অট্টালিকাত
পাৰ ভঙা নিসংগতা। "



Comments

Dinabondhu Nath said…
ভাল লাগি গ'ল কিবা এটা। আগলৈয়ো আশা কৰিলোঁ।
Unknown said…
Thank you so much..sure ❤️

Popular posts from this blog

শিৰোনামঃ "#উশাহত উজাইছে এজাক ভালপোৱাৰ সুবাস"©ৰিকুমণি শইকীয়া

imperfectly perfect